ফ্রি ফার্ম ব্যবস্থাপনা/ পৰিচালনা আপোনাৰ ফোনত
ল'গ-ইন বিনামূল্যে চাইন-আপ
Tambero.com এটি বিনামূল্যে ওয়েবসাইট যি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰতো কাম কৰে আৰু আপুনি আপোনাৰ প্রাণী আৰু ফসল তথ্য ৰেকর্ড কৰিবো পাৰে .
আপোনাৰ পশুৰ তথ্য সন্নিৱেশ কৰি আপুনি ইহঁতৰ উন্নতিৰ বাবে আৰু কৃষিৰ শ্ৰেষ্ঠ পদ্ধতিৰ বাবে বৈজ্ঞানিক তথ্যভিত্তিক পৰামৰ্শ পাব পাৰে
আপুনাৰ পশু আৰু প্লট, , স্বাস্থ্য কাৰ্য্যকম, খুৱোৱা খাদ্য , গাখীৰ উৎপাদন, মোটাপা, উত্তাপ ধৰা পেলোৱা আৰু মানসিক চাপৰ মাত্রা সথিক ভবে পৰিচালনা কৰক
ইতিমধ্যে আমাৰ বিনামূল্যে অ্যাপ্লিকেশনৰ সৈতে তেওলোকৰ উৎপাদন বৃদ্ধি কৰা বিশ্বব্যাপী থকা হাজাৰ হাজাৰ কৃষকক যোগ দিয়ক.

সহজে ব্যবহাৰযোগ্য প্রযুক্তি

বিশেষ কৰি আপোনাৰ কাম সহজ কৰাৰ কাৰণে এটি সম্পূর্ণ চাক্ষুষ পৰিবেশেৰ মাজত আপোনাৰ ফার্ম পৰিচালন কৰিবো পাৰিব

কৃষি

আপোনাৰ কাম উন্নিত কৰাৰ বাবে আপোনাৰ বীজ, ফসল, বৰষুণ আৰু ভুমি পাৰ্চেল ৰেকর্ড আৰু চলনৰ ধ্যান ৰাখক. কাস্টমাইজড/গ্ৰাহকমূখী বতৰৰ বতৰা+E1020 পূর্বাভাস সহ.

বিভিন্ন পশুসম্পদ প্রজাতি

গৰু-গাই, ষাঁড়-গৰু, ছাগল, ম'হ,ভেড়া, উট


ল'গ-ইন বিনামূল্যে চাইন-আপ
আপোনাৰ একাউন্ট তথ্য সম্পূর্ণ ব্যক্তিগত আৰু গোপনীয়. আপোনাৰ অনুমতি আবিহনে কোনেও আপোনাৰ প্রাণী বা ফসলৰ তথ্য অ্যাক্সেস কৰিবো নোৱাৰে
অসমীয়া - বাঙালি - English - ગુજરાતી - हिन्दी - ಕನ್ನಡ - മലയാളം - मराठी - ଓଡ଼ିଆ - ਪੰਜਾਬੀ ਦੇ - தமிழ் - తెలుగు - اردو